অসম

শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন যুৱক…

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। থিতাতে মৃত্যু এজন যুৱকৰ।

নগাঁৱৰ নৰ্ত্তম গাঁৱত সংঘটিত হ’ল এই শোকাৱহ পথ দুৰ্ঘটনা।

বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।

G1

নিহত যুৱকজন পুৰণিগুদামৰ সৰবৰহী যুৱক লক্ষ্যজ্যোতি শাণ্ডিল্য।

নগাঁৱৰ পৰা নিজ বাসগৃহলৈ মটৰ চাইকেলেৰে গৈ আছিল যুৱকজন।

G2

ঘৰলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি লয় সৰবৰহী যুৱকজনে।

এই ঘটনাই শােকৰ ছাঁ পেলাইছে পুৰণিগুদামত।

লগতে চাওকঃ

আজব ঘটনা! ৰে’লৰ ইঞ্জিনকে বিক্ৰী কৰিলে বিভাগীয় অভিযন্তাই

Leave a Reply

Your email address will not be published. Required fields are marked *