শোকাৱহ! পথ দুৰ্ঘটনাত আহত হোৱা সীমন্তই সাৱটিলে কৰুণ মৃত্যুক, চিকিৎসাধীন বাবু…

এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাৰ ফলত মৃত্যুক সাৱটিলে সীমন্ত চেতিয়া নামৰ এজন যুৱকে।

আমগুৰিৰ কালুগাঁৱৰ চিৰাখুন্দাত সংঘটিত হৈছিল পথ দুৰ্ঘটনাটো।

এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিছিল দুই বাইক আৰোহীক।

vlcsnap-2021-11-22-16h37m24s807

যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল যুৱক দুজন।

অৱশেষত মৃত্যুক সাৱটে কালুগাঁৱৰ সীমন্ত চেতিয়া নামৰ যুৱকজনে।

vlcsnap-2021-11-22-16h37m33s542

আনহাতে বাবু গগৈ নামৰ যুৱকজন শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত সম্প্ৰতি চিকিৎসাধীন হৈ আছে।

ইপিনে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখনে।

লগতে চাওকঃ

মাছৰ গাড়ীৰ পৰা ধনদাবী কৰি গ্ৰেপ্তাৰ হ’ল নামৰূপ আছুৰ সভাপতি-জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক…

অন্ত্যেষ্টিক্ৰিয়া অংশ গ্ৰহণ কৰিবলৈ গৈ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ মহিলাসহ ৫ জনৰ, আহত ১১

Leave a Comment