শোকাৱহ! তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু এগৰাকী ৬০ বছৰীয়া বৃদ্ধৰ…

এক শোকাৱহ পথ দুৰ্ঘটনা।

তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু এগৰাকী ৬০ বছৰীয়া বৃদ্ধৰ

কাছাৰত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু এগৰাকী ৬০ বছৰীয়া বৃদ্ধৰ।

হাস্পতাললৈ নিয়াৰ পথত মৃত্যু ছফেৰ উদ্দিন নামৰ বৃদ্ধগৰাকীৰ।

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহনৰ চালকৰ।

ধলাইৰ ইছলামাবাদত সংঘটিত এই দুৰ্ঘটনা।