শৃংখল চলিহা অসুস্থ, হাস্পতালৰ আই চি ইউ ভৰ্তি…

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক শৃংখল চলিহা অসুস্থ।

শৃংখল চলিহাক অসুস্থতাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থতা অনুভৱ কৰাত আজি পুৱা শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল।

628
শৃংখল চলিহা অসুস্থ, হাস্পতালৰ আই চি ইউ ভৰ্তি... 3

চিকিৎসকে পৰীক্ষাৰ অন্তত চলিহাক আই চি ইউত ভৰ্তি কৰোৱা হয়।

ইতিমধ্য শৃংখল চলিহাৰ অসুস্থতাৰ সংবাদ বিয়পি পৰাৰ পিছতেই সংগঠনটোৰ নেতা-কৰ্মীৰ সকলে চিকিৎসালয়ত ভিৰ কৰিছে।

চিকিৎসালয়ৰ এক সূত্ৰ মতে নেতা গৰাকী বৰ্তমান বিপদমুক্ত যদিও কিছু জিৰণীৰ প্ৰয়োজনীয়তা আছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

rashifal weekly
শৃংখল চলিহা অসুস্থ, হাস্পতালৰ আই চি ইউ ভৰ্তি... 4