শিলপুখুৰীৰ হাউচিং কলনিত এজন যুৱকৰ ৰহসজনকভাৱে মৃত্যু…

মহানগৰীৰ শিলপুখুৰীৰ হাউচিং কলনিত এজন যুৱকৰ ৰহসজনকভাৱে মৃত্যু।

মৃত যুৱকজনৰ মনজিৎ ডেকা।যুৱকজনৰ বয়স ২৩ বছৰ।

যুৱকজনৰ ঘৰ শিলপুখুৰীৰ হাউচিং কলনিত।

নিশা এটা বাৰ্থদে পাৰ্টীৰ পৰা আহি আছিল যুৱকজন।

সুৰামত্ত যুৱকজনৰ হাতত আছিল মদৰ বটল।

103
শিলপুখুৰীৰ হাউচিং কলনিত এজন যুৱকৰ ৰহসজনকভাৱে মৃত্যু... 3

ককালত মদৰ বটল লৈ আহোতে ৰাষ্টাত পৰি মদৰ বটল ভাঙি তল পেটত সুমাইছে বুলি সন্দেহ স্থানীয় লোকৰ।

লগত আছিল আৰু তিনি যুৱক।ইতিমধ্যে সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে।

লগত থকা যুৱককেইজন হৈছে মৃদুল দাস, জয়ন্ত হালৈ আৰু উদয়শংকৰ ধৰ।

বৰ্তমান চানমাৰী থানাতে আছে যুৱকজনৰ মৃতদেহ।

লগতে চাওকঃ

শােকাৱহ! পিতৃৰ বিয়োগৰ শোকত একমাত্ৰ পুত্ৰৰো প্ৰাণত্যাগ, থানবান হ’ল এটি পৰিয়াল

G7 15
শিলপুখুৰীৰ হাউচিং কলনিত এজন যুৱকৰ ৰহসজনকভাৱে মৃত্যু... 4

Leave a Comment