অসমঅসমীয়া

যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনক বদলি

নিউজ ডেস্ক। যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনক বদলি।

আৰক্ষী সেৱাৰ প্ৰশাসনিক বিষয়া জৈনক স্কিল ডেভলপমেণ্ট মিছনৰ পৰিচালন সঞ্চালক হিচাপে নিযুক্তি কৰিছে ৰাজ্য চৰকাৰে।

G1 17

আৰক্ষী সেৱাৰ পৰা প্ৰশাসনিক সেৱালৈ অংকুৰ জৈন।

উল্লেখ্য যে পূর্বে এই পদত আছিল আইপিএছ আনন্দ প্ৰকাশ তিৱাৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *