অসম

যিকোনো প্ৰকাৰে বৃহৎ নদীবান্ধ বন্ধ হ’বই লাগিবঃ অখিল গগৈ…

চি জে এম আদালতত বিধায়ক অখিল গগৈ।

তেওঁৰ বিৰুদ্ধে ১৫০কৈ অধিক গোচৰ আছে বুলি উল্লেখ।

আজি দুটা গোচৰৰ সক্ৰান্তত চিজেএম ত হাজিৰ হলো।

নামনি সোৱণশিৰি নদীবান্ধক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গগৈয়ে।

এইয়া অসমবাসীৰ বাবে ভয়ংকৰ খবৰ।

অসমবাসীৰ দাবী, আন্দোলনক নস্যাত কৰি একপক্ষীয় সিদ্ধান্ত লৈছে কেন্দ্ৰই।

কেন্দ্ৰৰ এই প্ৰকল্পই বাট মুকলি কৰিব অৰুণাচলৰ প্ৰস্তাৱিত ১৪৮ টা নদীবান্ধৰ।

৬, ৭ ডিচেম্বৰত হ’বলগীয়া ৰাইজৰ দলৰ কাৰ্যনিবাহকত আলোচিত হ’ব এই বিষয়ে।

যিকোনো প্ৰকাৰে বৃহৎ নদীবান্ধ বন্ধ হ’বই লাগিব বুলিও উল্লেখ গগৈৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *