অসমঅসমীয়া

মৰ্মান্তিক! নিজ ঘৰতে বিদুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু যুৱকৰ

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা।

নিজ বাসগৃহতে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকােৱালি ল’লে এজন ১৯ বছৰীয়া যুৱকে।

এই শােকাৱহ ঘটনাৰ স্থান কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰ।

জানিব পৰা মতে, হাওৰাঘাট নগৰৰ নেপালী বস্তিৰ বাসিন্দা সঞ্জীৱ নাথৰ পুত্ৰ প্ৰাণজিৎ নাথৰ তেওঁৰ বাসগৃহতে দুৰ্ভাগ্যবশতঃ বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যুক আঁকোৱালি লয়।

উক্ত দুৰ্ঘটনাটোত যুৱকৰ জনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

লগতে চাওকঃ

অট্টালিকাৰ ২৫ মহলাত খেলি আছিল দুই যমজ ভাতৃ, ঘটিল ভয়ানক ঘটনা

Leave a Reply

Your email address will not be published. Required fields are marked *