মেঘালয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত কেন্দ্ৰীয় শুক্ল, আবকাৰী বিষয়া…

মেঘালয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত কেন্দ্ৰীয় শুক্ল, আবকাৰী বিষয়া।

আহত বিষয়াগৰাকী আলোক কুমাৰ বুলি জানিব পৰা গৈছে।

গুৰুতৰভাৱে আহত আলোক কুমাৰক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

NICINত প্ৰশিক্ষণৰত আছিল আলোক কুমাৰ।

শ্বিলঙৰ IGP পইণ্টত আক্ৰমণৰ সন্মুখীন হৈছিল আলোক কুমাৰ।

বহিঃৰাজ্যৰ পৰা শ্বিলঙত প্ৰশিক্ষণৰ বাবে আহিছিল আলোক কুমাৰ।

উদলেণ্ড হাস্পতালৰ ICUত ভৰ্তি কৰা হৈছিল কেন্দ্ৰীয় শুক্ল, আবকাৰী বিষয়াগৰাকীক।

স্বাস্থ্যৰ অৱস্থা জটিল হোৱাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ।