ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই মন্দিৰৰ দেৱালত খুন্দা তীব্ৰবেগী বাহনৰ, কথমপি প্ৰাণৰক্ষা…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই মন্দিৰৰ দেৱালত খুন্দা তীব্ৰবেগী বাহনৰ।

যাৰ ফলত পথৰ ওফৰলে উফৰি পৰে বাহন খন।

দুৰ্ঘটনাটaৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনত থকা চালক সহ আৰোহীৰ।

উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডৰ শনি মন্দিৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS01DJ8551।