অসম

মুগাৰ সাজ পিন্ধি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…

আন্তঃৰাষ্ট্ৰীয় কাঁ ফিল্ম ফেষ্টিভেলৰ ৰেড কাৰ্পেটত অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা।

মুগাৰ সাজ পিন্ধি ৰেড কাৰ্পেটত দেখা গ’ল আইমী বৰুৱাক।

image 83

এই সন্দৰ্ভত আইমীয়ে কয়, “কাঁ ফেষ্টিভেলৰ ফালৰ পৰা আগতীয়াকৈ নিৰ্ধাৰিত কৰি থোৱা হয়, ৰেড কাৰ্পেটত কোন যাব। আজি মোক তেওঁলোকে সুযোগ দিছে, ভাৰতৰ ফালৰ পৰা। মোৰ জীৱনৰ এটা উল্লেখযোগ্য দিন হ’ব আজিৰ দিনটো।”

ছচিয়েল মিডিয়াযোগে আইমীয়ে কয়, ‘চেমখৰ’ৰ বাবেই আজি মই এইখন মঞ্চ পাইছো। ডিমাচাসকলক ধন্যবাদ জনাইছো যে তেওঁলোকৰ ভাষা–সংস্কৃতি, ৰীতি–নীতিৰ বাবেই আজি মই ইয়াত থিয় হৈ আছো। এই গৌৰৱৰ অধিকাৰী সমগ্ৰ অসমবাসী, সমগ্ৰ উত্তৰ–পূববাসী।’

image 82

আইমী বৰুৱাৰ লগতে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ কাঢ়িলে পাপনে।

লগতে চাওকঃ

মৰ্মান্তিক! বিবাহ বাৰ্ষিকীৰ দিনাই শ্ৰেণীকােঠাত ঢলি পৰি শিক্ষকৰ কৰুণ মৃত্যু

G3 11

Leave a Reply

Your email address will not be published. Required fields are marked *