ৰাষ্ট্ৰীয়

মুখ উলিয়াবলৈ লাজ! জেকেটেৰে চেহেৰা ঢাকি চিনেমা চাবলৈ আহিল ৰাজ কুন্দ্ৰা…

পিন্ধি থকা জেকেটেৰে সম্পূৰ্ণ চেহেৰা ঢাকি চিনেমা চাবলৈ উপস্থিত ভাৰতীয় ছবিজগতৰ অভিনেত্ৰী শিল্পা ছেত্ৰীৰ স্বামী ৰাজ কুন্দ্ৰা।

ছ’চিয়েল মিডিয়াত ভাইৰেল এটা ভিডিঅ’ত, ৰাজ কুন্দ্ৰাক এটা ক’লা জেকেট আৰু চশমা পিন্ধি শিল্পা চেট্টীৰ সৈতে চিনেমা হলত দেখা গৈছে।

RCGRKlCh?format=jpg&name=small

কিন্তু বিশেষ কথাটো হ’ল যে কুন্দ্ৰাই গোটেই মুখখন এই জেকেটেৰে ঢাকি ৰাখিছিল, যাৰ বাবে কোনেও তেওঁক চিনিবই পৰা নাছিল।

একাংশৰ মতে কাকো মুখ দেখুৱাবলৈ যোগ্য নহয় বাবেই এইদৰে মুখ ঢাকি কাপোৰ পিন্ধিবলৈ বাধ্য হৈছে ৰাজ কুন্দ্ৰাই।

raj kundra

ছ’চিয়েল মিডিয়াত একাংশই পুনৰ এবাৰ ৰাজ কুন্দ্ৰা আৰু তেওঁ পৰ্ণগ্ৰাফীত জড়িত হোৱা ঘটনাক লৈ চৰ্চা আৰম্ভ কৰিছে। 

উল্লেখ্য যে, মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ২০২১ চনৰ ১৯ জুলাইত পৰ্ণগ্ৰাফী নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত আটক কৰিছিল কুন্দ্ৰাক।

Leave a Reply

Your email address will not be published. Required fields are marked *