মুখ্যমন্ত্ৰীলৈ সাৱধানবাণী! মহানগৰীৰ ফাঁচি বজাৰত হাতে লিখা ভাবুকি পত্ৰ উদ্ধাৰ…

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সাৱধানবাণী।

চলন্ত গাড়ীৰ পৰা হাতে লিখা ভাবুকি পত্ৰ পেলাই থৈ গ’ল অচিনাক্ত লোকে দুৰ্বৃত্তই।

মহানগৰীৰ ফাঁচি বজাৰ আৰক্ষী চকীৰ সন্মুখত উদ্ধাৰ ভাবুকি পত্ৰ।

দুৰ্বৃত্তৰ সন্ধানত মহানগৰ আৰক্ষীৰ অভিযান।

ভাবুকি পত্ৰখনত লিখা আছে- ‘হিমন্ত বিশ্ব শৰ্মা সাৱধান Police GABBAR’

সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন বিশেষ পোষ্টাৰখন।

আৰক্ষীৰ তদন্তত হে উলাব এই ঘটনাৰ সৈতে জড়িত কোন।

Leave a Comment