অসম

মাহনগৰীৰ আই এছ বি টিত ৭ লাখ নকল টকাসহ গ্ৰেপ্তাৰ এজন…

মাহনগৰীৰ আই এছ বি টিত ৭ লাখ নকল টকাসহ গ্ৰেপ্তাৰ এজন।

পশ্চিম গুৱাহাটী আৰক্ষীৰ অভিযানত জব্দ কৰা হয় টকাখিনি।

দক্ষিণ গাৰোপাহাৰ এম চাংমা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

গড়চূক আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈ আছে লোকজনৰ বিৰুদ্ধে।

বৃহৎ পৰিমাণৰ জাল নোটখিনি ক’ৰপৰা আনিছিল লোকজনে তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন।

আৰক্ষীয়ে লোকজনক সোধা-পোছা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *