মাতৃৰ পৰা বিচ্ছিন্ন হৈ চাহ বাগিচাৰ নলাত আবদ্ধ হৈ পৰা দুটাকৈ হাতী পোৱালি উদ্ধাৰ…

ৰাজ্যত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছে ইতোৰ পিছত আনটো বন্যহস্তী।

এইবাৰ খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহিল নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বন্যহস্তীৰ জাক।

ইয়াৰ মাজতে ৰঙাপাৰাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা।

image 89
মাতৃৰ পৰা বিচ্ছিন্ন হৈ চাহ বাগিচাৰ নলাত আবদ্ধ হৈ পৰা দুটাকৈ হাতী পোৱালি উদ্ধাৰ... 3

মাতৃৰ পৰা বিচ্ছিন্ন হৈ চাহ বাগিচাৰ নলাত আবদ্ধ হৈ পৰা দুটাকৈ হাতী পোৱালী উদ্ধাৰ।

জাকৰ মাজত থকা হাতীৰ পোৱালি নিশা চাহ বাগিচাৰ নলাত পৰি আৱদ্ধ হোৱাৰ দুটা ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ ৰঙাপাৰাত।

image 90
মাতৃৰ পৰা বিচ্ছিন্ন হৈ চাহ বাগিচাৰ নলাত আবদ্ধ হৈ পৰা দুটাকৈ হাতী পোৱালি উদ্ধাৰ... 4

ইয়াৰে এটা হাতীৰ পোৱালি বন বিভাগে মাতৃৰ সৈতে লগ কৰি দিয়ে যদিও আন এটা হাতীৰ পোৱালি মাতৃৰ সৈতে লগ কৰিব দিবলৈ ব্যৰ্থ হয়।

উল্লেখ্য যে ৰঙাপাৰা ঢেন্দাই চাহ বাগিচাত উদ্ধাৰ হৈছিল দুটাকৈ বনৰীয়া হাতীৰ পোৱালি।