অসম

মহানগৰীৰ সমীপত ২০ টাৰো অধিক শগুণৰ অস্বাভাৱিক মৃত্যু

নিউজ ডেস্ক। বিহুৰ আনন্দৰ মাজতে প্ৰকৃতি প্ৰেমীলৈ দুঃখবৰ।

মহানগৰীৰ সমীপত ২০ টাৰো অধিক শগুণৰ মৃত্যু।

পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৰাণী বৰহেৰামদোৰ আদিপুৰ খেতিপথাৰত এই এঘটন।

G1 15

আনহাতে বহুকেইটা শগুন অসুস্থ অৱস্থাত প্রত্যক্ষ কৰে স্থানীয় লোকে।

p5 5

বৰ্তমান অসুস্থ হৈ থকা শগুন কেইটাক চিকিৎসা প্ৰদান কৰি আছে যদিও সংকট জনক অৱস্থাত আছে বহু কেইটা শগুন।

মৃত শগুনকেইটাৰ কাষতে এটা মৃত কুকুৰ প্রত্যক্ষ কৰে স্থানীয় লোকে।

p6 6

মৃত কুকুৰটোৰ পৰাই বিষক্রিয়া হৈ শগুণকেইটাৰ মৃত্যু হোৱাৰ সন্দেহ।

কিছুদিন পূৰ্বে দক্ষিণ কামৰূপৰ ছয়গাঁৱতো মৃত্যু হৈছিল শগুণৰ।

লগতে চাওকঃ

ব্যতিক্ৰমী দৃশ্য! জাতীয় সাজ-পােছাকত কৰ্তব্য সম্পাদন পেট্ৰ’ল ডিপােৰ কৰ্মচাৰীৰ…

G1 16

Leave a Reply

Your email address will not be published. Required fields are marked *