অসম

মহানগৰীৰ ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড…

মহানগৰীৰ ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।

ফাঁচী বজাৰৰ গোপাল মহাৰাজ নামৰ এখন ৰেষ্টুৰেণ্টত এই অগ্নিকাণ্ড সংঘটিত হয়। 

শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে। 

দহখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সহায়ত নিৰ্বাপিত কৰা হয় জুই। 

সময়মতে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন অহাৰ বাবে ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে অঞ্চলটো।

Leave a Reply

Your email address will not be published. Required fields are marked *