অসম

মহানগৰীৰ ‘দ্যা ৰোক ইণ্ডিয়া’ৰ কাৰ্যালয়ত ক্ৰাইম ব্ৰান্সৰ অভিযান…

মহানগৰীৰ লালগণেশৰ দ্যা ৰোক ইণ্ডিয়া কাৰ্যালয়ত ক্ৰাইম ব্ৰান্সৰ অভিযান।

আন্তঃৰাষ্ট্ৰীয় ভুৱা কল চেণ্টাৰ বিৰুদ্ধে পুনৰ মহানগৰ ক্ৰাইম ব্ৰান্সৰ অভিযান।

কিছুদিন পূৰ্বে উলুবাৰীস্থিত Venus Business solution, আৰু শিলপুখুৰীৰ ON Roll Suport Service নামৰ দুটা কল চেণ্টাৰত চলিছিল ক্ৰাইম ব্ৰান্সৰ অভিযান।

চেপ্তেম্বৰ মাহৰ পৰাই এই কল চেণ্টাৰ কেইটাৰ পৰা নিয়ন্ত্ৰণ হৈ আছিল বহু আন্তঃৰাষ্ট্ৰীয় ফোন কল।

এই কল চেণ্টাৰকেইটাই লুটিছিল কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ১৬০ কোটিৰো অধিক ৰাজহ৷

৬ মাব ধৰি বহু আন্তঃৰাষ্ট্ৰীয় কল নিয়ন্ত্ৰণ কৰাৰ তথ্য লাভ কৰিছিল ক্ৰামই ব্ৰান্সে।

এই কল চেণ্টাৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৰাজেশ শিৱা নামৰ যুৱকক৷

হাইদৰাবাদৰ পৰা নিয়ন্ত্ৰণ হৈ আছিল এই কল চেন্টাৰকেইটা৷

আন্তঃৰাষ্ট্ৰীয় কল লোকেল কললৈ ৰূপান্তৰিত কৰিছিল চেণ্টাৰটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *