গুৱাহাটী

মহানগৰীৰ জব্দ কোটি টকাৰ সোণৰ বিস্কুট, এজনক গ্ৰেপ্তাৰ…

মহানগৰীৰ জব্দ কোটি টকাৰ সোণৰ বিস্কুট।

মহানগৰীৰ ISBTৰ সমীপত জব্দ কোটি টকাৰ সোণৰ বিস্কুট।

গড়চুক আৰক্ষীয়ে অভিযান জব্দ হৈছে সোণৰ বিস্কুট কেইখন।

লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱৰাজ অধিকাৰী নামৰ এজন সৰবৰাহকাৰীক।

পেণ্টৰ বেল্টত লুকুৱাই আনিছিল ১০খনকৈ সোণৰ বিস্কুট।

ধৃত যুৱৰাজৰ ঘৰ দাৰ্জিলিঙত বুলি জানিব পৰা গৈছে।

যুৱৰাজে বাছযোগে শিলিগুৰিলৈ সৰবৰাহৰ চেষ্টা কৰিছিল সোণৰ বিস্কুট কেইখন।

জানিব পৰা মতে, শিলিগুৰিৰ পৰা নেপাললৈ সৰবৰাহ কৰা হ’লহেতেন জব্দকৃত সোণৰ বিস্কুট কেইখন।

জব্দকৃত সোণখিনিৰ ওজন ১.৭০০ কিলোগ্ৰাম।

Leave a Reply

Your email address will not be published. Required fields are marked *