গুৱাহাটী

মহানগৰীৰ গেম ভিলেজৰ সমীপৰ ইন্দিৰা নগৰত ভয়ংকৰ অগ্নিকাণ্ড…

মহানগৰীৰ গেম ভিলেজৰ সমীপৰ ইন্দিৰা নগৰত ভয়ংকৰ অগ্নিকাণ্ড।

মন্দিৰৰ চাকিৰ পৰা জুইৰ সূত্রপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।

তিনিটাকৈ বাসগৃহত আৱৰি ধৰে জুইয়ে।

অগ্নিকাণ্ডৰ ফলত ঘৰকেইটাৰ সকলো সা-সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায়।

২টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয় অগ্নিকাণ্ডত।

৭খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।

ঠেক ৰাস্তাৰ বাবে বহু সময় ধৰি আবদ্ধ হব লবলগীয়া হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।

১ঘণ্টা পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ অভিযোগ।

Leave a Reply

Your email address will not be published. Required fields are marked *