অসম

মহানগৰীৰ কালাপাহাৰৰ অনু হাজৰিকা হত্যাত অভিযুক্ত ৩ জনক গ্ৰেপ্তাৰ…

নিউজ ডেস্ক। মহানগৰীৰ কালাপাহাৰৰ অনু হাজৰিকা হত্যাত অভিযুক্ত ৩ জনক গ্ৰেপ্তাৰ।

বঙাইগাঁৱৰ পৰা ফটাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে  মিঞাৰ আলী আৰু বাহাৰুল ইছলাম নামৰ দুজনক।

বিদ্যাপুৰৰ নলডবাৰ পৰা দুয়োজনকে গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

9

উল্লেখ্য যে, দেওবাৰে নিশা কালাপাহাৰ গোপীনাথ নগৰৰ তাৰা হীৰা কমপ্লেক্সৰ স্বত্বাধিকাৰী প্ৰায় ৬০ ঊৰ্ধৰ অনু হাজৰিকা নামৰ মহিলাগৰাকীক অতি নৃশংসভাৱে হত্যা কৰি গৈছিল কোনো দুৰ্বৃত্তই। 

মহিলাগৰাকীক হত্যা কৰাৰ সমান্তৰালকৈ ঘৰৰ আছবাব ভাঙি ধন, সোণ লুটি লৈ যোৱাৰ লগতে চি চি টিভিও ভাঙি থৈ গৈছিল দুৰ্বৃত্তই। 

লগতে চাওকঃ

কিয় বদলি কৰা হ’ল আনন্দ মিশ্রক? ক’লে মুখ্যমন্ত্ৰীয়ে

g4

Leave a Reply

Your email address will not be published. Required fields are marked *