অসম

মহানগৰীত ২২খন সোণৰ বিস্কুটসহ গ্রেপ্তাৰ এজনক…

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ সোণৰ বিস্কুট।

২২খন সোণৰ বিস্কুটসহ এজনক গ্ৰেপ্তাৰ।

সীমা শুল্ক বিভাগৰ অভিযানত উদ্ধাৰ হয় সোণৰ বিস্কুটখিনি।

গ্রেপ্তাৰ হোৱা লোকজন হৈছে কেটন সিঙ।

দীৰ্ঘিদন ধৰি চোৰাং সোণ সৰবৰাহত জড়িত মুম্বাইৰ কেটন।

জব্দ কৰা ২২খন সোণৰ বিস্কুটৰ বজাৰ মূল্য প্রায় ২ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে।

ডাউন টাউনৰ বাছ আস্থানৰ পৰা জব্দ সোণসহ সৰবৰাহকাৰীক।

Leave a Reply

Your email address will not be published. Required fields are marked *