অসম

মহানগৰীত সুৰামত্ত চালকৰ অতপালি, তীব্ৰবেগী বাহনে খুন্দিয়ালে শ্ৰমিকক…

মহানগৰীত সুৰামত্ত চালকৰ অতপালি, তীব্ৰবেগী বাহনে খুন্দিয়ালে শ্ৰমিকক।

GS ৰোডত সুৰামত্ত চালকৰ চাৰিচকীয়া বাহনৰ খুন্দাত আহত শ্ৰমিক। 

GS ৰোডত শক্তি বিভাগৰ পাইপ পোতা কামত নিয়োজিত হৈ থকা এজন শ্ৰমিকক খুন্দিয়াই পলায়ন বাহনখনৰ। 

image 54

শ্ৰমিকে কাম কৰিবৰ বাবে ব্যৱস্থা কৰি লোৱা বেৰিকেড ভাঙি নি শ্ৰমিক জনক খুন্দিয়াই বাহনখনে।

প্ৰথমতে এখন বাইকত খুন্দা মাৰিছিল তীব্ৰ বেগত অহা বাহনখনে। 

বাইকখন আৰু শ্ৰমিকজনক খুন্দিয়াই ঘটনাস্থলীৰ পৰা লগে লগে পলায়ন কৰে বাহনখনৰ চালকে।

দুৰ্ঘটনাটোতআহত শ্ৰমিকজনৰ নাম গুলছান। গুৰুত্বৰ ভাৱে আহত হৈছে শ্ৰমিকজন।

আহত গুলছান বৰ্তমান জিএমচিএইচ চিকিৎসাধীন হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *