অসম

মহানগৰীত শোকাৱহ ঘটনা! কণমানি সন্তানক এৰি ৰে’লৰ আগত জঁপিয়াই মাতৃৰ জীৱন ত্যাগ…

গুৱাহাটী মহানগৰীত শোকাৱহ ঘটনা।

কণমানি সন্তানক এৰি ৰে’লৰ আগত জঁপিয়াই জীৱনৰ চৰম সিদ্ধান্ত ল’লে এগৰাকী মাতৃয়ে।

নুনমাটিৰ মাৰ্কেটিঙত সংঘটিত হৈছে এই ঘটনা।

কণমানি সন্তানক এৰি থৈ ৰে’লৰ আগত জঁপিয়াই মাতৃৰ আত্মহত্যা।

953

ৰে’লৰ খুন্দাত নিহত মহিলাগৰাকী ভনিতা কলিতা বুলি জানিব পৰা গৈছে৷

ঘটনা স্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৃত দেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছে।

ঘৰুৱা কন্দলৰ বাবে মহিলাগৰাকীয়ে সন্তানক এৰি থৈ এই চৰম পথ বাচি লোৱা বুলি সন্দেহ কৰিছে ৰাইজে৷

মৃত মহিলা গৰাকী হৈছে মঠঘৰীয়াৰ ভণিতা কলিতা।

নাৰেংগীৰ কমলা বাগানৰ ভণিতা কলিতাই দুবছৰমান পূৰ্বে মঠঘৰীয়াৰ এজন যুৱকৰ সৈতে বিবাহ পাষত আবদ্ধ হৈছিল।

লগতে চাওকঃ

গাৰ্হস্থ্য হিংসাৰ বলি হৈ স্বামীগৃহ ত্যাগ কৰা শিৱাংগী এতিয়া IAS হ’ল, আনৰ বাবেও হৈ পৰিছে আদৰ্শ

sibangee

Leave a Reply

Your email address will not be published. Required fields are marked *