অসম

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, চিটি বাছৰ খুন্দাত প্ৰাণ গ’ল দুজন বাইক আৰোহীৰ…

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

চিটি বাছৰ খুন্দাত প্ৰাণ গ’ল দুজন বাইক আৰোহীৰ।

মহানগৰীৰ মালিগাঁও বৰিপাৰা উৰণীয়া সেঁতুত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাটো।

এই পৰ্যন্ত নিহত বাইক আৰোহী দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ বহু সময়লৈকে যান-বাহন আৰক্ষী উপস্থিত নোহোৱাত তীব্র যান-জঁটৰ সৃষ্টি হয়।

দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নং এ এছ ০১ কে চি ৫৬৩৮ আৰু বাইকখনৰ নম্বৰ ডব্লিউ বি ৫৮ বি এইচ্চ ১৩৩৮ বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

আপােনাৰ সাপ্তাহিক ৰাশিফল

উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হােৱা সেনা জােৱানৰ পত্নী হ’ল সেনা বিষয়া

Leave a Reply

Your email address will not be published. Required fields are marked *