মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, ৰখাই থোৱা বাহনত খুন্দা সুৰামত্ত কেব চালকৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰখাই থোৱা বাহনত খুন্দা সুৰামত্ত কেব চালকৰ।

নিশা মহানগৰীৰ নাৰ্ছাৰীত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

একন ৰখাই থোৱা বাহনত প্ৰচণ্ড খুন্দা মাৰে সুৰামত্ত কেব চালকৰ।

দুৰ্ঘটনাটোৰ ফলত সামান্য পৰিমাণে আহত হৈছে দুৰ্ঘটনা সংঘটিত কৰা কেব চালক।

আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এগৰাকী যুৱতী।