মহানগৰীত কুঁৱাত পৰিল বনৰজা…

মহানগৰীৰ পাটৰকুচিত কুঁৱাত পৰিল বনৰজা।

মহানগৰীৰ বশিষ্ঠৰ পাটৰকুছি লেছিয়া নগৰত কুঁৱাত পৰিল লতামাকৰী।

জংঘল চাফা কৰি থকা অৱস্থাত এজন লোকে এটা লতামাকৰীৰ পোৱালি কুঁৱাত পৰা প্ৰত্যক্ষ কৰে।

লগে লগে স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে।

অৱশেষত স্থানীয় লোক তথা বন বিভাগৰ লোকে লতামাকৰীতো কুঁৱাৰ পৰা উদ্ধাৰ কৰে।