অসম

মনীষ শিশোড়িয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

আপৰ নেতা তথা দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ শিশোড়িয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শীঘ্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদালতত আপৰ নেতাজনৰ বিৰুদ্ধে গোচৰ তুলিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, দিল্লীত এক সংবাদমেল সম্বোধন কৰি পি পি ই কিট কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰিছে আপৰ নেতাগৰাকীয়ে।

PPE কীট কেলেংকাৰীৰ অভিযোগ অস্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ক’ভিডৰ সময়ত অসমীয়া লোকক আপ চৰকাৰে সহায় নকৰাৰো অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।

মৃতদেহ আনিবলৈ ৭ দিন অপেক্ষা কৰোৱাৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

Leave a Reply

Your email address will not be published. Required fields are marked *