অসম

‘মই এতিয়া ৰাজনৈতিক ভাৱে মুক্ত’- AJP ত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ…

অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এক ডাঙৰ খবৰ।

অসম জাতীয় পৰিষদত খহনীয়া

অসম জাতীয় পৰিষদ ত্যাগ কৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে।

ইতিমধ্যে দলৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ।

image 138

সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিছে বসুমতাৰীয়ে।

দল ত্যাগ কৰাৰ কথা উল্লেখ কৰি তেওঁ ফেচবুকত লিখিছে- I resigned from AJP, মই এতিয়া ৰাজনৈতিক ভাৱে মুক্ত

মাজুলী উপ-নিৰ্বাচনৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী আছিল বসুমতাৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *