মংগলবাৰে ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিব সোণোৱালে, সংগ দিব মুখ্যমন্ত্ৰী শৰ্মাই…

মংগলবাৰে ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

পুৱা ৯:৩০ বজাত দাখিল কৰিব মনোনয়ন পত্ৰ৷

সোণোৱালক সংগ দিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

লগতে সোণোৱালক সংগ দিব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। 

মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত মন্ত্ৰী অতুল বৰাকে ধৰি কেইবাজনো মন্ত্ৰী বিধায়ক উপস্থিত থাকিব।

Leave a Comment