ভয়াৱহ বান পৰিস্থিতিঃ ২৫ জুনলৈ এইখন জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা…

ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ।

ভয়াৱহ বানৰ কবলত পৰিছে দৰং জিলা।

প্ৰতিকূল বতৰ আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলা প্ৰশাসনে সোমবাৰে জাৰি কৰিছে এক জৰুৰী নিৰ্দেশনা।

২৫ জুনলৈ দৰং জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে প্ৰশাসনে।

3 5
ভয়াৱহ বান পৰিস্থিতিঃ ২৫ জুনলৈ এইখন জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা... 2

জিলা প্ৰশাসনৰ আনুষ্ঠানিক নিৰ্দেশ অনুসৰি বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈকে বন্ধ থাকিব ব্যক্তিগত আৰু চৰকাৰী ক্ষেত্ৰৰ সকলো শিক্ষানুষ্ঠান।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা পোৱা তথ্য অনুযায়ী নেৰানেপেৰা বৃষ্টিপাত হোৱাৰ পূৰ্বানুমানৰ প্ৰতি লক্ষ্য ৰাখিয়েই দৰং জিলা প্ৰশাসনে এক নিৰ্দেশ জাৰি কৰিছে।

এই নিৰ্দেশ যোগে জিলাখনৰ সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান ২৩ জুনৰ পৰা ২৫ জুনলৈ বন্ধ ৰাখিবলৈ পৰামৰ্শ দিছে।