অসম

ভয়াৱহ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ…

নিউজ ডেস্ক। এক ভয়াৱহ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ।

ওদালগুৰিৰ ভেৰগাওঁ টোটলাপাৰাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে ৭ গৰাকীকৈ যাত্ৰী।

645

ডিমাকুছিৰ পৰা ভেৰগাঁও অভিমুখে আহি আছিল ছালমা নামৰ যাত্ৰীবাহী বাছখন।

চালকৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

চালকে এখন হাতেৰে মোবাইল ফোনত কথা পাতি গাড়ী চলাই যোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ।

2 5

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে চালকজনে।

ইপিনে আহত যাত্ৰীসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত।

লগতে চাওকঃ

বৈচিত্ৰৰ মাজত ঐক্য! কাশ্মীৰত নামাজ আদায় কৰিলে ভাৰতীয় সেনাৰ বিষয়া-জােৱানে, সামাজিক মাধ্যমত ভাইৰেল ছবি

G2 34

Leave a Reply

Your email address will not be published. Required fields are marked *