ভয়ংকৰ পথ দুৰ্ঘটনা! পথৰ ওপৰতে বাগৰিল যাত্ৰীবাহী বাছ, গুৰুতৰভাৱে আহত কেইবাজনো…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰিল যাত্ৰীবাহী বাছ।

গোৱালপাৰাৰ ৰংজুলিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।

image 87
ভয়ংকৰ পথ দুৰ্ঘটনা! পথৰ ওপৰতে বাগৰিল যাত্ৰীবাহী বাছ, গুৰুতৰভাৱে আহত কেইবাজনো... 3

নিয়ন্ত্ৰণ হেৰুৱাই ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দুৰ্ঘটনাত পতিত হয় বাছখন।

গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল বাছখন।

দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল প্ৰায় ২৫-ৰ পৰা ৩০ গৰাকী যাত্ৰী।

image 88
ভয়ংকৰ পথ দুৰ্ঘটনা! পথৰ ওপৰতে বাগৰিল যাত্ৰীবাহী বাছ, গুৰুতৰভাৱে আহত কেইবাজনো... 4

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে কেইবাজনো লোক।

আহত সকলৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আহত সকলক চিকিৎসালয়ত ভৰ্তি।