ৰাষ্ট্ৰীয়

ভয়ংকৰ পথ দুৰ্ঘটনা! দুখন ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষত থিতাতে নিহত দুজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

পুৱতি নিশা কৰ্ণাটকত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ লোক।

ৰাজ্যখনৰ কালাবুৰ্গীত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

ঘটনাস্থলীত জ্বলি উঠে দুয়োখন ট্ৰাক।

অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।

Leave a Reply

Your email address will not be published. Required fields are marked *