ভয়ংকৰ দুৰ্ঘটনা! ৰৈ থকা টেংকাৰত প্ৰচণ্ড খুন্দা ছুইফট ডিজায়াৰৰ, দুজনৰ কৰুণ মৃত্যু…

স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে এক শোকাৱহ পথ দুৰ্ঘটনা।

ৰৈ থকা টেংকাৰত প্ৰচণ্ড খুন্দা ছুইফট ডিজায়াৰ বাহনৰ।

দুৰ্ঘটনাটোৰ ফলত দুজন যুৱক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে ৬ জনকৈ লোক।

photo 2022 08 15 18 47 00
ভয়ংকৰ দুৰ্ঘটনা! ৰৈ থকা টেংকাৰত প্ৰচণ্ড খুন্দা ছুইফট ডিজায়াৰৰ, দুজনৰ কৰুণ মৃত্যু... 4

কলিয়াবৰৰ জখলাবন্ধা ৰাঙলুৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত এগৰাকী যুৱক থিতাতে নিহত হোৱাৰ লগতে আন এজন যুৱক জখলাবন্ধা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

নিহত যুৱক দুজন হৈছে চিৰাজুলিৰ চামচুল হক আৰু আনচাৰুল আলী।

p1 2
ভয়ংকৰ দুৰ্ঘটনা! ৰৈ থকা টেংকাৰত প্ৰচণ্ড খুন্দা ছুইফট ডিজায়াৰৰ, দুজনৰ কৰুণ মৃত্যু... 5

দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ পঞ্জীয়ন নম্বৰ এ এছ ১৩ পি ৫০৬৬ I

বাহনখন কাজিৰঙা পৰা ঢেকিয়াজুলি অভিমুখী আছিল বুলি প্ৰত্যক্ষ দৰ্শীয়ে জানিব দিয়ে।

আহত আটাইকেইজন আৰোহীক সংকটজনক অৱস্থাত জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

লগতে চাওকঃ

বাৰিষাৰ মাজতে ঘৰৰ ছাদত পতাকা উত্তােলন কৰিবলৈ গৈ ঘটিল ভয়ংকৰ ঘটনা, একেটা পৰিয়ালৰে ৩ ভাতৃ-ভগ্নীৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু

3 bro sist
ভয়ংকৰ দুৰ্ঘটনা! ৰৈ থকা টেংকাৰত প্ৰচণ্ড খুন্দা ছুইফট ডিজায়াৰৰ, দুজনৰ কৰুণ মৃত্যু... 6