ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত প্ৰচণ্ড খুন্দা এল্ট’ বাহনৰ, গুৰুতৰভাৱে আহত চালক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত প্ৰচণ্ড খুন্দা এল্ট’ বাহনৰ।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত এল্ট’ বাহনখনৰ চালক।

গহপুৰৰ ৰঙাজানাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

শুকুৰবাৰে আবেলি সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

এল্ট’বাহনখনে গছজোপাত প্ৰচণ্ড খুন্দা মৰাত বাহনখনৰ সন্মুখভাগৰ বিস্তৰ ক্ষতি হয়।

দুৰ্ঘটনাত আহত লোকজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।