ভিক্টৰ দাসক সাতদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ, আজি হাজিৰ কৰোৱা হৈছিল আদালতত…

সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ’ল ভিক্টৰ দাসক।

শুক্ৰবাৰে নিশা গ্ৰেপ্তাৰৰ পিছতে আজি আদালতত হাজিৰ কৰোৱা হৈছিল ভিক্টৰ দাসক।

আৰক্ষীয়ে ১৪ দিনৰ বাবে জিম্মাত বিচাৰিছিল ভিক্টৰ দাসক।

আদালতৰ পৰা ওলাই যোৱাৰ সময়ত ভিক্টৰ দাসে কৈ গ’ল, “মই ভাগৰা নাই”।

CJM কোৰ্টৰ পৰা পুনৰ লৈ যোৱা হ’ল পাণবজাৰ থানালৈ।

নিশা পাণবজাৰ থানাত পুনৰ জেৰা কৰা হ’ব ভিক্টৰ দাসক।