ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ উপ-সভাপতি পদত নিৰ্বাচিত অসমৰ ভৱজ্যোতি গোস্বামী

নিউজ ডেস্ক। ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ উপ-সভাপতি পদত নিৰ্বাচিত হৈছে অসমৰ ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামী।

উল্লেখ্য যে দেওবাৰে নয়দাত অনুষ্ঠিত হয় ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ বাৰ্ষিক সাধাৰণ সভা আৰু পৰৱৰ্তী কাৰ্যকালৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া।

242949137-2059887797496155-5059534979636497861-n

নতুন কমিটীত উত্তৰ প্ৰদেশৰ সহদেৱ যাদৱ সভাপতি আৰু কৰ্ণাটকৰ এছ এইচ আনন্দ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে।

ভৱজ্যােতি গােস্বামী সম্প্ৰতি অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

Leave a Comment