অসম

ভাল খবৰ! ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ এথলেটিকছত হিমাৰ স্বৰ্ণ জয়…

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ এথলেটিকছত অসম কন্যা হিমা দাসৰ স্বৰ্ণ লাভ।

কেৰালাৰ কালিকতত চলি আছে সৰ্বভাৰতীয় ফেডাৰেচন কাপ এথলেটিকছ।

দেশৰ আগশাৰীৰ ফেডাৰেচন কাপ এথলেটিকছ চেম্পিয়নশ্বীপৰ ফাইনেলত প্ৰৱেশ কৰিছিল অসমৰ হিমা দাস আৰু অম্লান বৰগোহাঁইয়ে।

প্ৰতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰৰ ফাইনেলত অংশ লয় হিমা দাসে।

আনহাতে পুৰুষৰ ২০০ মিটাৰত অংশ ল’ব আম্লান বৰগোহাঁয়ে।

মহিলাৰ ২০০ মিটাৰ দৌৰত হিমাই লাভ কৰে স্বৰ্ণ পদক।

২৩.৬৩ ছেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ হিমা দাসৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *