ৰাজ্য বাসীৰ বাবে এক ভাল খবৰ।
ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত উজলি উঠিছে অসম সন্তান।
গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীয়াত অসমৰ অম্লান বৰগোহাঁইৰ সোণৰ পদক অৰ্জন।

পুৰুষৰ ১০০ মিটাৰ দৌৰত এই সফলতা লাভ কৰিছে অম্লান বৰগোহাঁইয়ে।
অম্লানে ১০০ মিটাৰ দৌৰত ১০.৩৮ ছেকেণ্ডত সম্পূৰ্ণ কৰি অৰ্জন কৰে সোণৰ পদক।









