অসম

ভাল খবৰ! ৰাষ্ট্ৰীয় ক্ৰীয়াত অসম কন্যা চাইক্লিষ্ট চয়নিকা গগৈয়ে লাভ কৰিলে ৰূপৰ পদক…

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত উজলি উঠিছে অসম কন্যা।

গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীয়াত অসম কন্যা চয়নিকা গগৈয়ে লাভ কৰিছে সফলতা।

image 11

চাইক্লিষ্ট চয়নিকা গগৈয়ে লাভ কৰিবলৈ সক্ষম হৈছে ৰূপৰ পদক।

চয়নিকা গগৈয়ে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ১০ কিলোমিটাৰ শাখাত লাভ কৰে ৰূপৰ পদক৷