ভাল খবৰ! বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ মিৰাবাই চানুৰ…

ভাৰোত্তোলক মিৰাবাই চানুৰ আন এক সফলতা।

বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ মিৰাবাই চানুৰ।

কলম্বিয়াৰ বগোটাত অনুষ্ঠিত হোৱা বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত এই সফলতা লাভ কৰে চানুৱে।

মুঠ ২০০ কেজি শাখাত এই সফলতা লাভ মিৰাবাই চানুৰ।

ভাৰোত্তোলনৰ দ্বিতীয় স্থানত থাকে মিৰাবাই চানু।