ৰাষ্ট্ৰীয় ভাল খবৰ! দেৱালীৰ পূৰ্বে ৪ শতাংশ মৰগীয়া বানচ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে… September 28, 2022 NEWS DESK কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকললৈ ভাল খবৰ।দেৱালীৰ পূৰ্বে লাভ কৰিব মৰগীয়া বানচ।দেৱালীৰ পূৰ্বে ৪ শতাংশ মৰগীয়া বানচ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে।৫০ লাখ কৰ্মচাৰীয়ে লাভ কৰিব এই মৰগীয়া বানচ।আনহাতে ৬৫ লাখ পেঞ্চনাৰেও লাভ কৰিব মৰগীয়া বানচ।Related storiesৰাছিয়া-ইউক্ৰেইন যুদ্ধত নিহত ৫১ জন ভাৰতীয়ৰ পৰিয়াললৈ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা October 16, 2026স্বামীৰ ওপৰত খং কৰি কুঁৱাত জাঁপ পত্নীৰ! গাঁওবাসীৰ সন্মুখত হাতযোৰ কৰি ক্ষমা বিচৰাৰ পিছতহে ওলাই আহিল বাহিৰলৈ October 15, 2026মহিলা সাংবাদিকৰ যৌন নিগ্ৰহৰ অভিযোগৰ পিছতেই প্ৰতিশোধমূলক গোচৰ আৰক্ষী বিষয়াৰ; ভুক্তভোগীৰ কণ্ঠ ৰুদ্ধ কৰাৰ অপচেষ্টাক লৈ প্ৰতিক্ৰিয়া October 15, 2026ভাৰতলৈ আহিব লাগিলে আমাৰ চৰ্তত আহিব লাগিব, নহ'লে ঘোঁচা মাৰি খেদি দিমঃ ইলন মাস্কক মুকলি ভাবুকি বিজেপি সাংসদৰ October 15, 2026অসমৰ সৈতে কি সম্পৰ্ক ছাত্ৰ নেত্ৰী নেহা বোৰাৰ; কট্টৰ বিজেপিবাদী পৰিয়ালৰ পৰা কেনেকৈ উন্মেষ ঘটিল এটা বাওঁপন্থী স্ফুলিংগ October 12, 2026দিল্লীৰ প্ৰতিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ শুনানি; মেট্ৰ’ আৰু ইণ্টাৰনেট স্বাভাৱিক ৰখাৰ নিৰ্দেশ, শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আটক নকৰিবলৈ সতৰ্কবাণী October 11, 2026