ভাল খবৰ! কাজিৰঙাত বৃদ্ধি পালে ২০০টা গঁড়, মুঠ গঁড়ৰ সংখ্যা….

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পালে গঁড়ৰ সংখ্যা।

শেহতীয়া গণনাত কাজিৰঙাত বৃদ্ধি পালে ২০০টা গঁড়।

বৰ্তমান কাজিৰঙাত ২,৬১৩টা গঁড়ে বসবাস কৰে।

আনহাতে, ২০১৮ চনত অৰ্থাৎ ৪ বছৰ পূৰ্বে গঁড় পিয়লত ২,৪১৩টা গঁড় পোৱা গৈছিল।

Vulnerable to extinction: Kaziranga rangers save Indian rhinos

বন বিষয়া, বিশেষজ্ঞ আৰু বনকৰ্মীৰ উপস্থিতিত কাজিৰঙাত সম্পন্ন হয় ১৪ সংখ্যক গঁড় পিয়ল৷

উল্লেখ্য যে, অসমৰ প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যতে বৃদ্ধি পাইছে গঁড়ৰ সংখ্যা।

চোৰাংচিকাৰীৰ হাতত এশিঙীয়া গঁড়ৰ নিধন হ্ৰাস পোৱাৰ লগে লগে অসম গৌৰৱ গঁড়ৰ সংখ্যা বৃদ্ধি হৈছে।

Leave a Comment