অসম

ভাল খবৰ! অসমীয়া ছবি ‘ৰণুৱা’ই লাভ কৰিলে ৰজত কমল বঁটা…

ৰাজ্যবাসীৰ বাবে ভাল খবৰ।

অসমীয়া ছবি ‘ৰণুৱা’ই লাভ কৰিলে ৰজত কমল বঁটা।

ছবিখনৰ পৰিচালক চন্দ্ৰ মুদৈ আৰু প্ৰযোজক সুনীল দত্ত‌ই দিল্লীৰ বিজ্ঞান ভৱনত গ্ৰহণ কৰিলে এই বঁটা।

উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে প্ৰদান কৰিলে এই বঁটা।

আনহাতে মিচিং ছবি ‘অনুৰোৱাদ’লৈও ৰজত কমল সন্মান আগবঢ়োৱা হৈছে।

ইফালে ড০ সঞ্জীৱ নাৰায়ণৰ মনপা ভাষাৰ ছবি ‘ৱাটাৰ বাৰিয়েল’এ পৰিৱেশ বিষয়ক শ্ৰেষ্ঠ ছবি আৰু জুৰীৰ বিশেষ বঁটা ‘জোনাকী পৰুৱা’ই লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *