অসম

পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত Ola, Uber আৰু ৰেপিড’ চালকৰ প্ৰতিবাদ…

গুৱাহাটী মহানগৰবাসীৰ বাবে এক বেয়া খবৰ।

গুৱাহাটীত কেইবাদিনৰ বাবে চলাচল বন্ধ হ’ব ৰেপিড’ , উলা, উবেৰৰ।

পেট্ৰ’লৰ মূল্যবৃদ্ধিক লৈ গুৱাহাটীত Ola, Uber আৰু ৰেপিড’ চালকৰ প্ৰতিবাদ।

গণেশগুৰি উৰণীয়া সেঁতুৰ তলত সাৱ্যস্ত কৰে প্ৰতিবাদ। 

পেট্ৰ’লৰ দাম বৃদ্ধি অনুপাতে ভাড়া বৃদ্ধি নকৰাৰ প্ৰতিবাদত সংশ্লিষ্ট কোম্পানীৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ।

গুৱাহাটী মহানগৰীত দাবী সমূহ মানি নোলোৱালৈকে উলা, উবেৰ আৰু ৰেপিড’ৰ দুচকীয়া বাহন বন্ধ ৰখাৰ হুংকাৰ।

ভাড়া বৃদ্ধি নোহোৱাৰ বাবেই মাজে সময়ে গ্ৰাহকসকলৰ সৈতে মনোমানিল্য ঘটে চালকৰসকলৰ। যাৰ ফলত দেওবাৰে গণেশগুৰি উৰণীয়া সেঁতুৰ তলত প্ৰতিবাদ সাব্যস্ত কৰে চালকসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *