আন্তঃৰাষ্ট্ৰীয়

ব্ৰিটেইনৰ নতুন প্ৰধান মন্ত্ৰী লিজ ট্ৰাছ…

অৱশেষত ঘোষণা হ’ল ব্ৰিটেইনৰ নতুন প্ৰধান মন্ত্ৰীৰ নাম।

image 32

দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ অন্ত পেলাই ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা হ’ল ‘লিজ ট্ৰাছ’ৰ নাম।

image 33

ভাৰতীয় মূলৰ ঋষি চুনাকৰ প্ৰতিদ্বন্দী লিজ ট্ৰাছ বৈদেশিক, কমনৱেল্থ আৰু উন্নয়ন খণ্ডৰ সচিব আছিল।

image 34

প্ৰায় ৮ সপ্তাহজোৰা প্ৰতিদ্বন্দীতাৰ শেষত শুকুৰবাৰে বন্ধ কৰা হৈছিল টৰী লিডাৰশ্বিপ বেলট।

image 35

এইবাৰৰ প্ৰতিদ্বন্দীতা বিশ্বজুৰি চৰ্চা হোৱাৰ অন্যতম কাৰণটো আছিল ভাৰতীয় মূলৰ ঋষি চুনাকৰ প্ৰধান মন্ত্ৰী পদৰ বাবে আগবঢ়োৱা পদক্ষেপ।