অসমঅসমীয়া

বৃহৎ পৰিমাণৰ চোৰাং কাঠভর্তি ট্রাকসহ ৪ জনক আটক মহানগৰ আৰক্ষীৰ

নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ পৰা অসমলৈ চােৰাংভাৱে কাঠ কঢ়িওৱা এখন ট্ৰাক জব্দ মহানগৰ আৰক্ষীৰ।

গােপন সূত্ৰৰ খবৰৰ ভিত্তিত, অসম-মেঘালয় সীমান্তৱৰ্তী বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত কইনাধৰাত শনিবাৰে নিশা আৰক্ষীয়ে জব্দ কৰে ট্রাকখন।

G6 4

জানিব পৰা মতে, এম এল ১০ বি ৯০৫৩ নম্বৰৰ ট্ৰাকখনত মেঘালয়ৰ পৰা বৰপেটা অভিমুখে চোৰাং কাঠ কঢ়িওৱা হৈছিল।

ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ট্রাকখনৰ চালকসহ চাৰিজন লোকক আটক কৰে।

আৰক্ষীয়ে আটক কৰা লোককেইজন হ’ল— পাটাছাৰকুছিৰ ৰণী চৌধুৰী, পূব খাছি পাহাৰৰ উইলছন কুৰ্বা, পশ্চিম খাছি পাহাৰৰ জিবকষ্টাৰ মাউলং আৰু পূব খাছি পাহাৰৰ ৰিছানষ্টাৰ ৰিণ্টাথিয়াং।

লগতে চাওকঃ

তীব্ৰবেগী ডাম্পাৰ-বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু দুই যুৱকৰ

G5 6

Leave a Reply

Your email address will not be published. Required fields are marked *