বিশিষ্ট লোকসংস্কৃতিবিদ, সাহিত্যিক ড০ প্ৰবীণ চন্দ্ৰ দাসৰ দেহাৱসান…

বিশিষ্ট লোকসংস্কৃতিবিদ, সাহিত্যিক ড০ প্ৰবীণ চন্দ্ৰ দাসৰ দেহাৱসান।

আজি পুৱতি নিশা গুৱাহাটী হেলথ ছিটী হাস্পতালত শেষ নিশ্বাস ত্যাগ দাসে।

যোৱা ২৬ আগষ্টত নগাঁৱৰ ছোৱালী মহাবিদ্যালয়ৰ এক অনুষ্ঠানত ভাষণৰত অৱস্থাতে অসুস্থ হৈ পৰিছিল শিক্ষাবিদগৰাকী।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ অৱসৰপ্ৰাপ্ত সচিব আছিল ড০ দাস।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃত বিভাগৰ প্ৰাক্তন অধ্যাপকো আছিল দাস।

লগতে প্ৰবীন চন্দ্ৰ দাস আছিল অসম নাট্য সন্মিলনৰ আগশাৰীৰ বিষয়ববীয়া।

হাজোৰ এজন সুসন্তান আছিল ০ প্ৰবীণ চন্দ্ৰ দাস।