২০২১ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ঘোষণা।
বিশিষ্ট লোকশিল্পী তথা বিহু সম্ৰাট খগেন গগৈলৈ আগবঢ়োৱা হৈছে এই বঁটা।

সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে প্ৰদান কৰি আহিছে এই বঁটা।
২৭ ডিচেম্বৰত শিল্পীগৰাকীক প্ৰদান কৰিব এই সন্মান।
শিল্পীগৰাকীৰ মৃত্যু তিথি উপলক্ষে সেই দিনটোত প্ৰদান কৰিব এই বঁটা।
লগতে চাওকঃ









